খাৰখোৱা বজাৰ

অসমত থলুৱাভাৱে উৎপাদিত সামগ্রীসমূহ সঠিক দামত ক্রয়- বিক্রয়ৰ সুবিধাৰ বাবে Digital India ৰ লগত সঙ্গতি ৰাখি এনে এখন বজাৰৰ পৰিকল্পনা কৰা হৈছে যত বিক্রেতা আৰু ক্রেতাই তৃতীয় পক্ষৰ উপস্থিতি অবিহনে উচিত মূল্যত বেচিব আৰু কিনিব পাৰিব। . এই পৰিকল্পিত বজাৰ খনে সমগ্র অসমৰ নগৰ -চহৰ, পাহাৰ , পর্বত , ভৈয়ামৰ উপৰিও চৰ-চাপৰিক সামৰি লব যাতে উৎপাদনকাৰী আৰু ক্রেতাই পদূলিৰ পৰাই প্রয়োজনীয় খিনি বেচিব আৰু কিনিব পাৰে। এই বৃহৎ প্রজেক্টটো প্রায় স্বেচ্ছাসেৱা (Voluntary Service ) ৰ দৰেই হব আৰু থলুৱা সামগ্রীক ৯৯% অগ্রাধিকাৰ দিয়া হব। . আপুনি ও যদি থলুৱা উৎপাদনকৰী আৰু উপভোক্তাৰ পক্ষত আছে আৰু আমাৰ লগত প্রত্যক্ষ বা পৰোক্ষ ভাবে সহায় -সহযোগ কৰিব বিচাৰে তেন্তে যোগাযোগ কৰিব বুলি আশা থাকিল।
অধিক তথ্যৰ ভাবে যোগাযোগ কৰক –
ফোন : +৯১-৯৯৫৪৬৩৯৫০৯ / +৯১-৩৬৬৬-২৬১২১৭
ইমেইল : ceo@kharkhowabazar.com